
মন মেৰি ৰাম চৰণহি লাগু – শ্ৰীমন্ত শংকৰদেৱ
ধ্ৰুং –মন মেৰি ৰাম চৰণহি লাগু। / তই দেখনা অন্তক আগু॥
Oct 31, 2026Assamese Classics
83 writings · page 1 of 4
অসমীয়া ক্লাছিক কবিতা
Classic Assamese literature in Assamese (অসমীয়া): poems by the great writers, with the original text, free to read on The Poetic Land.
Popular tags

ধ্ৰুং –মন মেৰি ৰাম চৰণহি লাগু। / তই দেখনা অন্তক আগু॥
Oct 31, 2026
ধ্ৰুং—পাৱে পৰি হৰি; কৰোহোঁ কাতৰি; প্ৰাণ ৰাখবি মোৰ। / বিসয় বিসধৰ; বিসে জড় জড়; জিয়ন নাৰহে থোৰ॥
Oct 31, 2026
ধ্ৰুং—বোলহু ৰাম নামেসে মুকুতি নিদানা। / ভৱ বৈতৰনি; তৰনি সুখ সৰনি;
Oct 31, 2026
ধ্ৰুং-নাৰায়ণ চৰণে কৰোহো গোহাৰি; / বিসয় বিলাস পাস চান্দি ইন্দ্ৰিয়;
Oct 31, 2026
ধ্ৰুং—নাৰায়ণ; কাঁহে ভকতি কৰো তেৰা। / মেৰি পামৰুমন, মাধৱ ঘনে ঘন,
Oct 31, 2026
ধ্ৰুং— জয় জয় জাদৱ জলনিধীযাধব ধাতা, / শ্ৰুতমাত্ৰাখিলত্ৰাতা, স্মৰণে কৰয় সিদ্ধি।
Oct 31, 2026
ঘোষা॥ জয় হৰি গোৱিন্দ নাৰায়ণ ৰাম কেশৱ হৰি। / ৰাম ৰাম কেশৱ হৰি॥ ১
Oct 31, 2026
ঘোষা—অধমে লইলো, অধমে লওঁ, আল্লাৰ নাম। / দুনীয়ালৈ আহিলোহে ৰঙ্গে ৰূপে গোঁৱালোহে
Oct 31, 2026
ঘোষা—হক হুৰ বিনে আল্লা কেউ নাই আন। / হক হুৱে জুৰি আছে জমিনো আস্মান॥
Oct 31, 2026
ঘোষা—জীৱৰ সাৰথি নাম। / সতগুৰুক ভেটিবা, আতমাক চিনিবা, সিজিব দীনৰে কাম॥
Oct 31, 2026
ঘোষা — ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব ঐ / যদি কৰা দৰিয়াৰ পাৰ।।
Oct 31, 2026
ৰাম পৰম ধন চিন্তহু মন ভাই। / তনু চিন্তামণি জন্ম বিফলেহি যাই॥
Oct 31, 2026
নাচে ভালি নাচে মদন গোপালা। / বজায়া মোহন বেণু গলে বনমালা॥
Oct 31, 2026
মাই মাই খেলত গোপাল গোঁসাই। / কালিন্দী পুলিন বন ওহি যদুনন্দন
Oct 31, 2026
উঠৰে উঠ বাপু গোপাল হে / নিশী পৰভাত ভৈল।
Oct 31, 2026
তেজৰে কমলাপতি পৰভাত নিন্দ। / তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ॥
Oct 31, 2026
পৰভাতে সুমৰো গোবিন্দ হৃষীকেশ। / চিদানন্দ মূৰুতি কপট গোপবেশ॥
Oct 31, 2026
সকল নিগম লতা, তাৰ অবিনাশী ফল, কৃষ্ণনাম চৈতন্য স্বৰূপ। / সুমধুৰ সুমঙ্গল, শ্ৰদ্ধায়ে হেলায়ে লৈয়া, নৰমাত্ৰ তৰে ভৱকূপ॥ ৮॥
Oct 31, 2026
মুক্তিত নিস্পৃহা যিতো, সেহি ভকতক নমো, ৰসময়ী মাগোঁহোঁ ভকতি। / সমস্ত মস্তকমণি, নিজ ভকতৰ বশ্য, ভজোঁ হেন দেৱ যদুপতি॥ ১॥
Oct 31, 2026
লুইতৰ আকাশত তৰাৰ তৰাৱলী / পাৰত দীপাৱলী তেজেৰে মোৰ—
Oct 31, 2026
বিশ্ববিজয়ী নৱ জোৱান / বিশ্ববিজয়ী নৱ জোৱান
Oct 31, 2026
সাজু হ, সাজু হ, নৱ যোৱান! / সাজু হ, সাজু হ, নৱ যোৱান!
Oct 31, 2026
বাইদেউ বাইদেউ / ৰজাৰ জী আইদেউ!
Oct 31, 2026
পৰ্ব্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি / ৰেণুৰে বোলালি তই কুমলীয়া হাত।
Oct 31, 2026