ৰাগ: আসোৱাৰি
ধ্ৰুং— জয় জয় জাদৱ জলনিধীযাধব ধাতা,
শ্ৰুতমাত্ৰাখিলত্ৰাতা, স্মৰণে কৰয় সিদ্ধি।
দিন দায়ানিধি, ভকত মুকুতিপদদাতা॥
পদ—জগজনজিৱন, অজনজনাৰ্দ্দন, দনুজদমন দুখহাৰি,
মহদানন্দ, কন্দ পৰমানন্দ, নন্দনন্দনবনচাৰি॥
বিবিধবিহাৰ, বিসাৰদ সাৰদ, ইন্দুনিন্দি পৰকাসি
সেসসয়ন সিৱ, কেসিনাসন, পীতবসন অবিনাসি॥
জগতবন্ধুবিধু, মাধৱ মধু ঋপু, মধুৰমুৰুতি মুৰনাসি।
কেসব চৰণ, সৰোৰুহ কিঙ্কৰ,
শঙ্কৰ কহ অভিলাসি॥ ১
Assamese · অসমীয়া
Related poems
৺ৰত্নেশ্বৰ মহন্ত – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
জলকুৱঁৰী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
প্ৰিয়তমাৰ চিঠি – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
এপাহি পদুম – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
বিশ্ববিজয়ী নৱ জোৱান – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা
প্ৰেম – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা



