ৰাগ: ধনশ্ৰী
ধ্ৰুং—বোলহু ৰাম নামেসে মুকুতি নিদানা।
ভৱ বৈতৰনি; তৰনি সুখ সৰনি;
নাহি নাহি নাম সমানা॥
পদ—নাম পঞ্চান্ন; নাদে পলাৱত; পাপদন্তি ভয় ভিত।
বোলিতে এক; শুনিতে শত নিতৰে; নাম ধৰম বিপৰিত॥
বচনে বুলি ৰাম; ধৰম অৰথ কাম; মুকুতি সুখ সুখে পাই।
সবকহো পৰম; সুহৃদ হৰি নাম; চুটে অন্তকেৰি দায়ী॥
নাৰদ শুকমুনি; ৰাম নাম বিনি; নাহি কহল গতি আৰ।
কৃষ্ণ কিঙ্কৰে কয়; চোৰ মায়াময়: ৰাম পৰম তত্ত্ব সাৰ॥৮॥
Assamese · অসমীয়া
Related poems
এপাহি পদুম – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
নাৰায়ণ; কাঁহে ভকতি কৰো তেৰা – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
ৰহদৈ লিগিৰী — প্ৰথম অধ্যায়: ৰহদৈ (অংশ) – ৰজনীকান্ত বৰদলৈAssamese Classicsৰজনীকান্ত বৰদলৈ
বীণ-বৰাগী – চন্দ্ৰকুমাৰ আগৰৱালাAssamese Classicsচন্দ্ৰকুমাৰ আগৰৱালা
পাৱে পৰি হৰি; কৰোহোঁ কাতৰি – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
পৰ্ব্বততে ফুলিলে ৰঙানোকৈ – জ্যোতিপ্ৰসাদ আগৰৱালাAssamese Classicsজ্যোতিপ্ৰসাদ আগৰৱালা




