Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

পাৱে পৰি হৰি; কৰোহোঁ কাতৰি

ৰাগ: কেদাৰ

ধ্ৰুং—পাৱে পৰি হৰি; কৰোহোঁ কাতৰি; প্ৰাণ ৰাখবি মোৰ।
বিসয় বিসধৰ; বিসে জড় জড়; জিয়ন নাৰহে থোৰ॥

পদ—অথিৰ ধন জন; জিয়ন জৌৱন;
অথিৰ এহু সংসাৰ।
পুত্ৰ পড়িৱাৰ; সবহি অসাৰ;
কৰবু কাহেৰি সাৰ॥
কমল দল জল; চিত্ত চঞ্চল;
থিৰ নোহে তিল এক।
নাহি ভয়ো ভৱ; ভোগে হৰি হৰি;
পৰম পদ পৰতেক॥
কহতু শঙ্কৰ; এ দুখ সাগৰ;
পাব কৰু হৃষিকেশ।
তুহোঁ গতি মতি; দেহু চিৰিপতি;
তত্ত্ব পন্থ উপদেশ॥১৭॥

উৎস: শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত, সম্পাদক হৰিনাৰায়ণ দত্তবৰুৱা (নলবাৰী), বৰগীত ১৭, পৃ. ১৫

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

বৰগীতবোলহু ৰাম নামেসে মুকুতি নিদানাধ্ৰুং—বোলহু ৰাম নামেসে মুকুতি নিদানা।শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীতপঢ়ক →বৰগীতমন মেৰি ৰাম চৰণহি লাগুধ্ৰুং –মন মেৰি ৰাম চৰণহি লাগু।শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীতপঢ়ক →বৰগীতনাৰায়ণ; কাঁহে ভকতি কৰো তেৰাধ্ৰুং—নাৰায়ণ; কাঁহে ভকতি কৰো তেৰা।শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীতপঢ়ক →কীৰ্তনপ্ৰথম কীৰ্ত্তন (চতুৰ্ব্বিংশতি-অৱতাৰ-বৰ্ণন)ঘোষা॥ জয় হৰি গোৱিন্দ নাৰায়ণ ৰাম কেশৱ হৰি।কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষাপঢ়ক →বৰগীতনাৰায়ণ চৰণে কৰোহো গোহাৰিধ্ৰুং-নাৰায়ণ চৰণে কৰোহো গোহাৰি;শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীতপঢ়ক →বৰগীতজয় জয় জাদৱ জলনিধীযাধব ধাতাধ্ৰুং— জয় জয় জাদৱ জলনিধীযাধব ধাতা,শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীতপঢ়ক →
শ্ৰীমন্ত শংকৰদেৱ — লেখকৰ পৃষ্ঠা →