
বাৰিষা কালত ৰামৰ বিষাদ (অংশ) – মাধৱ কন্দলি
শ্ৰাবণ মাসত গিৰি অতি অনুপম। / বাৰিষা কালত সিটো বঞ্চিবে উত্তম॥
Oct 31, 2026Assamese Classics
83 writings · page 4 of 4
Popular tags

শ্ৰাবণ মাসত গিৰি অতি অনুপম। / বাৰিষা কালত সিটো বঞ্চিবে উত্তম॥
Oct 31, 2026
অভিপ্ৰায় অলঙ্কাৰ দেখিলন্ত থিত। / আগতে আনিয়া তেবে কৰোঁ উপস্থিত॥
Oct 31, 2026
প্ৰণামিলো ৰাম পদে ত্ৰৈলোক্যৰ নাথ। / নিশাচৰ ৰাৱণক বধিলা লঙ্কাত॥
Oct 31, 2026
কান্দো-কান্দো মন-প্ৰাণ কান্দন ওলাই নাহে, / শোকাশ্ৰু উপচি পৰি, চকু-লো নিজৰি আহে!
Oct 31, 2026
চনেট্ চানেকি আঁচি পোন্-প্ৰথমতে, / ‘প্ৰকৃতিৰ চো-ঘৰ' চাই ‘পিত্-পিত্',
Oct 31, 2026
নিমাতী প্ৰকৃতি জুৰি জড়জগতত, / অব্যক্ত ভাবৰ হকে মুকলি দুৱাৰ;—
Oct 31, 2026
গুণৰ মুৰলীধাৰী গুণ-অভিৰাম, / এৰাবাৰী অসমত গাই জাতি নাম,
Oct 31, 2026
অসম বিক্ৰম হেতু আহোম ৰজাৰ, / “অসম” সি জাতি নাম জগতে প্ৰচাৰ।
Oct 31, 2026
ই চুবুৰি উঠি গই সি চুবুৰিলই / পাতে এক বৰগাওঁ সুৰুঙা নথই।
Oct 31, 2026
যি বাঁহী সুৰত পমা গোকুলৰ ৰাণী, / বংশীধাৰী পিচ-ধৰা ষোল শ গোপিনী;
Oct 31, 2026
চোৱাঁ সখি, আহে কবি নীৰলে নীৰৱে, / বননিৰ মাজবাটে নিমগন ভাৱে।
Oct 31, 2026