মোৰ চিৰ জনমৰ চিৰ চনেহৰ
যত অপূৰণ আশা,
হয়তো কাৰোবা মধু পৰশত
পাব কেতিয়াৱা ভাষা।
দেৱৰ আশীষ হয়তো নামিব
ফলাব শুকোৱা কলি,
মাথোঁ মই যাম কেনিবা আঁতৰি
হম ধৰণীৰ ধূলি॥
Assamese · অসমীয়া
Related poems
ঢোঁৰাকাউৰী আৰু টিপচীচৰাই – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা
অসম দেশেৰ বিবৰণ (অংশ) – আনন্দৰাম ঢেকিয়াল ফুকনAssamese Classicsআনন্দৰাম ঢেকিয়াল ফুকন
কাকো আৰু হিয়া নিবিলাওঁ – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
জোনাকীৰ প্ৰতি সম্বোধন – কমলাকান্ত ভট্টাচাৰ্যAssamese Classicsকমলাকান্ত ভট্টাচাৰ্য
পাঠকৰ প্ৰতি নিবেদন – আনন্দৰাম ঢেকিয়াল ফুকনAssamese Classicsআনন্দৰাম ঢেকিয়াল ফুকন
বান্দৰ আৰু শিয়াল – লক্ষ্মীনাথ বেজবৰুৱাAssamese Classicsলক্ষ্মীনাথ বেজবৰুৱা



