ৰাগ: কেদাৰ
ধ্ৰুং—পাৱে পৰি হৰি; কৰোহোঁ কাতৰি; প্ৰাণ ৰাখবি মোৰ।
বিসয় বিসধৰ; বিসে জড় জড়; জিয়ন নাৰহে থোৰ॥
পদ—অথিৰ ধন জন; জিয়ন জৌৱন;
অথিৰ এহু সংসাৰ।
পুত্ৰ পড়িৱাৰ; সবহি অসাৰ;
কৰবু কাহেৰি সাৰ॥
কমল দল জল; চিত্ত চঞ্চল;
থিৰ নোহে তিল এক।
নাহি ভয়ো ভৱ; ভোগে হৰি হৰি;
পৰম পদ পৰতেক॥
কহতু শঙ্কৰ; এ দুখ সাগৰ;
পাব কৰু হৃষিকেশ।
তুহোঁ গতি মতি; দেহু চিৰিপতি;
তত্ত্ব পন্থ উপদেশ॥১৭॥
Assamese · অসমীয়া
Related poems
মন মেৰি ৰাম চৰণহি লাগু – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
আসাম বুৰঞ্জী — প্ৰথম অধ্যায় (অংশ ২) – গুণাভিৰাম বৰুৱাAssamese Classicsগুণাভিৰাম বৰুৱা
নাচে ভালি নাচে মদন গোপালা – মাধৱদেৱAssamese Classicsমাধৱদেৱ
তাম্ৰেশ্বৰীৰ মন্দিৰ — প্ৰথম অধ্যায় (অংশ) – ৰজনীকান্ত বৰদলৈAssamese Classicsৰজনীকান্ত বৰদলৈ
পুৱা – হেমচন্দ্ৰ গোস্বামীAssamese Classicsহেমচন্দ্ৰ গোস্বামী
মিৰি-জীয়ৰী — প্ৰথম অধ্যায়: নৈৰ পাৰত (অংশ) – ৰজনীকান্ত বৰদলৈAssamese Classicsৰজনীকান্ত বৰদলৈ




