Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

বাৰিষাৰে ঘন ঘোৰ

বাৰিষাৰে ঘন ঘোৰ
বজালি প্ৰাণত মোৰ
কিনো উদাসীন সুৰ?
পৱন অ’ উৰুৱাই তাক—
নিবিনো কত দুৰ?
শূইন জীৱন অ’ মোৰ
উটি যাৱ কোনো ফালে
কোন আকুলতে পাবি কুল?
আকাশ পৱন জোৰা
একেখনি ছবি অ’
কৰি থবি মোৰ এই
জীৱনকে বিয়াকুল।

উৎস: কাৰেঙৰ লিগিৰী (নাট), প্ৰথম তাঙৰণ, গুৱাহাটী নিউ প্ৰেছ, পৃ. ৭১–৭২ — স্কেন: Wikimedia Commons / archive.org (in.ernet.dli.2015.452405)

Leave a Reply

Your email address will not be published. Required fields are marked *