বাৰিষাৰে ঘন ঘোৰ
বজালি প্ৰাণত মোৰ
কিনো উদাসীন সুৰ?
পৱন অ’ উৰুৱাই তাক—
নিবিনো কত দুৰ?
শূইন জীৱন অ’ মোৰ
উটি যাৱ কোনো ফালে
কোন আকুলতে পাবি কুল?
আকাশ পৱন জোৰা
একেখনি ছবি অ’
কৰি থবি মোৰ এই
জীৱনকে বিয়াকুল।
Assamese · অসমীয়া
Related poems
মিৰি-জীয়ৰী — প্ৰথম অধ্যায়: নৈৰ পাৰত (অংশ) – ৰজনীকান্ত বৰদলৈAssamese Classicsৰজনীকান্ত বৰদলৈ
মুক্তিত নিস্পৃহা যিতো (নামঘোষা, ঘোষা ১–৩) – মাধৱদেৱAssamese Classicsমাধৱদেৱ
বাসন্তীৰ বিয়া – কমলাকান্ত ভট্টাচাৰ্যAssamese Classicsকমলাকান্ত ভট্টাচাৰ্য
নাৰায়ণ; কাঁহে ভকতি কৰো তেৰা – শ্ৰীমন্ত শংকৰদেৱAssamese Classicsশ্ৰীমন্ত শংকৰদেৱ
পাঠকৰ প্ৰতি নিবেদন – আনন্দৰাম ঢেকিয়াল ফুকনAssamese Classicsআনন্দৰাম ঢেকিয়াল ফুকন
সমাপন – যতীন্দ্ৰনাথ দুৱৰাAssamese Classicsযতীন্দ্ৰনাথ দুৱৰা





