Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

Heartlines · Assamese

অসমীয়া হাৰ্টলাইনছ

Two to four lines from the heart in Assamese. Swipe and read, share to your status.

Write a Heartline
HEARTLINESঅসমীয়া

সকলো কাহিনীৰ শেষ সুখ নহয়,

কিছুমান কাহিনী কেৱল স্মৃতি হৈ থাকে।

— জুৰি বৰঠাকুৰJuri Borthakur
Open
HEARTLINESঅসমীয়া

বৰষুণৰ পাছত বাৰীৰ মাটিৰ গোন্ধে

মোৰ শৈশৱক আজিও মাতি আনে।

— পাপৰি দত্তPapori Dutta
Open
HEARTLINESঅসমীয়া

ঘৰৰ পৰা আঁতৰত থাকিলেহে গম পালোঁ,

দেউতাৰ নীৰৱ চিন্তাই আছিল মোৰ আটাইতকৈ ডাঙৰ আশ্ৰয়।

— জুৰি বৰঠাকুৰJuri Borthakur
Open
HEARTLINESঅসমীয়া

আঁতৰত থাকিও কাষত থকা মানুহ,

তুমি মোৰ আটাইতকৈ ওচৰৰ দূৰত্ব।

— The Poetic Land ✔
Open
HEARTLINESঅসমীয়া

মোৰ গোপন ঘৰৰ গভীৰ এন্ধাৰ ভৰি

কি ধন আছে মই নিজেই নেপাওঁ ধৰি।

— পাৰ্বতীপ্ৰসাদ বৰুৱাParvati Prasad Baruva
Open

Swipe to read the next one · arrow keys work on a computer

Browse the collection

Scroll through every card. Tap one to open it.

Classic poets

Timeless, copyright-free lines from the great poets. Search by poet, words or tag.