Skip to main content

The Poetic Land

TYPE AT LEAST 3 CHARACTERS TO SEARCH...

মুক্তিত নিস্পৃহা যিতো (নামঘোষা, ঘোষা ১–৩)

মুক্তিত নিস্পৃহা যিতো, সেহি ভকতক নমো, ৰসময়ী মাগোঁহোঁ ভকতি।
সমস্ত মস্তকমণি, নিজ ভকতৰ বশ্য, ভজোঁ হেন দেৱ যদুপতি॥ ১॥
যাৰ ৰাম কৃষ্ণনাম, নাৱে ভৱসিন্ধু তৰি, পাঁৱে পৰম্পৰ পাপী যত।
সদানন্দ সনাতন, হেনয কৃষ্ণক সদা, উপাসা কৰোঁহোঁ হৃদয়ত॥ ২॥
মৎস্য কূৰ্ম্ম নৰসিংহ, বামন পৰশুৰাম, হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ, আকৃতি ধৰিছা কৃষ্ণ, তযুপাৱে কৰোঁহোঁ প্ৰণাম॥ ৩॥

উৎস: নামঘোষা, ঘোষা ১–৩ (কালীৰাম শৰ্ম্মা বৰুৱা সম্পাদিত, চতুৰ্থ মুদ্ৰণ, কলিকাতা, সন ১২৯৬ / ১৮৮৯), পৃষ্ঠা ১

Leave a Reply

Your email address will not be published. Required fields are marked *

এই লেখকৰ আৰু লেখা

বৰগীতমাই মাই খেলত গোপাল গোঁসাইমাই মাই খেলত গোপাল গোঁসাই।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →বৰগীতৰাম পৰম ধন চিন্তহু মন ভাইৰাম পৰম ধন চিন্তহু মন ভাই।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →বৰগীতনাচে ভালি নাচে মদন গোপালানাচে ভালি নাচে মদন গোপালা।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →ঘোষাসকল নিগম লতা (নামঘোষা, ঘোষা ৮–১০)সকল নিগম লতা, তাৰ অবিনাশী ফল, কৃষ্ণনাম চৈতন্য স্বৰূপ।নামঘোষাপঢ়ক →বৰগীতপৰভাতে সুমৰো গোবিন্দ হৃষীকেশপৰভাতে সুমৰো গোবিন্দ হৃষীকেশ।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →বৰগীততেজৰে কমলাপতি পৰভাত নিন্দতেজৰে কমলাপতি পৰভাত নিন্দ।বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তনপঢ়ক →
মাধৱদেৱ — লেখকৰ পৃষ্ঠা →