HEARTLINESঅসমীয়াতোমাৰ নামটো লিখি থৈ আহিলোঁকুঁৱলীয়ে ঢকা চাহ বাগিচাৰ পাতে পাতে।— পাপৰি দত্তPapori Dutta#love#nature
HEARTLINESঅসমীয়াবৰষুণৰ পাছত বাৰীৰ মাটিৰ গোন্ধেমোৰ শৈশৱক আজিও মাতি আনে।— পাপৰি দত্তPapori Dutta#rain#nature#longing