HEARTLINESঅসমীয়াবিহুৰ ঢোলে মাতিলে মন ৰৈ নাথাকে,যিমান দূৰতেই নাথাকোঁ কিয়, মনটো ঘৰলৈ উভতি যায়।— মৃদুস্মিতা ভূঞাMridusmita Bhuyan#homeland#joy
HEARTLINESঅসমীয়াসুখৰ সময়ত বহুতকে আপোন যেন লাগে,কিন্তু কঠিন সময় আহিলেহে প্ৰকৃত আপোন চিনি পোৱা যায়।— মৃদুস্মিতা ভূঞাMridusmita Bhuyan#friendship#life