HEARTLINESঅসমীয়াঘৰৰ পৰা আঁতৰত থাকিলেহে গম পালোঁ,দেউতাৰ নীৰৱ চিন্তাই আছিল মোৰ আটাইতকৈ ডাঙৰ আশ্ৰয়।— জুৰি বৰঠাকুৰJuri Borthakur#homeland#longing
HEARTLINESঅসমীয়াসকলো কাহিনীৰ শেষ সুখ নহয়,কিছুমান কাহিনী কেৱল স্মৃতি হৈ থাকে।— জুৰি বৰঠাকুৰJuri Borthakur#longing#pain