
হাঁহিছে মানুহে, কান্দিছে মানুহে
হাঁহিছে মানুহে, কান্দিছে মানুহে, / পাতিছে মানুহে প্ৰেম, / ধূলিতে উদয়, ধূলিতে বিলয়, / ধূলিও স্বৰ্গীয় হেম।
Nov 1, 2026Heartlines
29 writings · page 2 of 2
Popular tags

হাঁহিছে মানুহে, কান্দিছে মানুহে, / পাতিছে মানুহে প্ৰেম, / ধূলিতে উদয়, ধূলিতে বিলয়, / ধূলিও স্বৰ্গীয় হেম।
Nov 1, 2026
তোমাকেহে দিনে ৰাতি ফুৰোঁ মই দেখি। / তোমাকেহে ভাল পাওঁ মৰমৰ সখী॥
Nov 1, 2026
আঁতৰত থাকিও কাষত থকা মানুহ, / তুমি মোৰ আটাইতকৈ ওচৰৰ দূৰত্ব।
Nov 1, 2026
মোৰ গোপন ঘৰৰ গভীৰ এন্ধাৰ ভৰি / কি ধন আছে মই নিজেই নেপাওঁ ধৰি।
Nov 1, 2026
ডাৱৰৰ যুঁজতে সূৰুয জিকিলে / এন্ধাৰ কৰবালে’ গ’ল, / পোহৰৰ কাঁড়েৰে ডাৱৰ সৰকালে / বতৰ ফৰকালে হ’ল।
Nov 1, 2026